Browsing Category
International
নেপালত ৭.১ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প
আজি পুৱা নেপালত অনুভূত হয় প্ৰবল ভূমিকম্পৰ জোকাৰণি । এই ভুমিকম্পৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেলতকৈ অধিক ।
বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, পশ্চিমবঙ্গ আৰু মণিপুৰতো পুৱা নেপাল-চীন সীমান্ত অঞ্চলৰ সমীপত অনুভূত হোৱা ভূমিকম্পৰ প্ৰভাৱ দেখিবলৈ!-->!-->!-->…
ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ
চীনে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিব সৰ্ববৃহৎ বান্ধ। চীনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্তৰ লগে লগে বিশ্বজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিভিন্ন ধৰণে!-->…
আজি মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি
আজি ভাৰতীয় বিজ্ঞানী, উদ্ভাৱক তথা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বিক্ৰম সাৰাভাইৰ মৃত্যুতিথি ।
১৯১৯ চনৰ ১২ আগষ্টত তাহানিৰ বোম্বেত জন্মগ্ৰহণ কৰিছিল বিক্ৰম অম্বালাল সাৰাভায়ে । বিখ্যাত সাৰাভাই পৰিয়ালত জন্মলাভ কৰা বিক্ৰম সাৰাভাইৰ!-->!-->!-->…
আজি পৱিত্ৰ বৰদিন
আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰ।কেৰ’লৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো গীৰ্জাঘৰ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যজুৰি!-->…
লণ্ডনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী
লণ্ডনৰ নাগৰিকত্ব গ্ৰহণৰ দিশে বিৰাট কোহলী । দুই সন্তানৰ সৈতে লণ্ডনৰ বাসিন্দা হ'ব বিৰাট-অনুষ্কা ।
বৰ্তমান অষ্ট্ৰেলিয়াত আছে টিম ইণ্ডিয়াৰ প্ৰবীণ খেলুৱৈ বিৰাট কোহলী। তাৰ মাজতেই ক্ৰিকেটাৰ গৰাকীয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মা তথা!-->!-->!-->…
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ ।
ছিৰিয়াত অব্যাহত আছে ইজৰাইলৰ আক্ৰমণ । বাছাৰ আল আছাদৰ পতনৰ পিছৰে পৰা ইজৰাইলে ছিৰিয়াত অহৰহ আক্ৰমণ চলাই আহিছে। ইজৰাইলৰ সেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত আক্ৰমণৰ মাজতে শেহতীয়াকৈ ছিৰিয়াত ভয়ংকৰ ভূমিকম্প বোমাৰ আক্ৰমণ চলাইছে ।!-->…
পুনৰ লেবাননত আক্ৰমণ ইজৰাইলৰ
প্ৰায় ১৪ মাহ ধৰি অবিৰত ভাৱে চলা ইজৰাইল আৰু হিজবুল্লাহৰ ভয়াবহ যুদ্ধৰ অন্তত যুদ্ধ বিৰতি ঘোষণাৰ বাবে সন্মতি জনায় ইজৰাইল আৰু হিজবুল্লাহে । যুদ্ধ বিৰতি ঘোষণা হোৱাৰ ১৫ দিনৰ পিছতেই পোহৰলৈ আহিছে ইজৰাইলে লেবাননত আক্ৰমণ কৰাৰ তথ্য ।
ইজৰাইলে!-->!-->!-->…
দেশ এৰি পলায়ন ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ
দেশ এৰি পলায়ন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ, ছিৰিয়াৰ ৰাজধানীত ৪খন চহৰ দখল বিদ্ৰোহীৰ l
ছিৰিয়াৰ পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে জেলৰ পৰা মুক্ত কৰি দিয়া হৈছে বন্দীসকলক।দেশ এৰি পলাবলৈ বাধ্য ৰাষ্ট্ৰপতি বাছাৰ আল আছাদ।ৰাষ্ট্ৰপতিলৈ ভাবুকি অহাৰ!-->!-->!-->…
ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম’ৰ ।
অৱশেষত অন্ত পৰিল অপেক্ষাৰ । নাছাৰ পৰা আহিল সেই ভাল খবৰটো । অহা ফেব্ৰুৱাৰীত পৃথিৱীলৈ উভতিব সুনীতা আৰু উইলম'ৰ ।
ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলমোৰ, যাক সমগ্ৰ বিশ্বতে আৱদ্ধ মহাকাশচাৰী বুলি জনা যায়।মহাকাশলৈ গৈ!-->!-->!-->…
এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত জয়ী ভাৰতীয় দল
বুধবাৰে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল মেচত ভাৰতে ১-০ গ'লত পৰাস্ত কৰে প্ৰতিদ্বন্দী চীনক । বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈ দীপিকাই এটা গ'ল দি ভাৰতক!-->…