Browsing Category

International

আজি বিশ্ব মাতৃভাষা দিৱস

আজি বিশ্ব মাতৃভাষা দিৱস । ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰতা আৰু ভিন্ন ভাষাক স্বীকৃতি আৰু প্ৰচাৰৰ বাবে বিশ্বজুৰি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হয় । ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে ১৯৯৯ চনত ইউনেস্কোৱে ২১

কানাডাৰ টৰন্ট’ত বিমান দুৰ্ঘটনা

সোমবাৰে বিয়লি টৰন্টো পিয়ৰছন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তেই এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ডেল্টা এয়াৰ লাইনছৰ বিমানখনে আলকাতৰাত দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি পৰে । জানিব পৰা মতে বিমানখনত ৮০ জন যাত্ৰী উপস্থিত আছিল । ইয়াৰে ২২ জন কানাডিয়ান

৯ মাহৰ অন্তত ধৰা লৈ উভতিব সুনীতা উইলিয়ামছ

যোৱা ৮ মাহ ধৰি মহাকাশত আবদ্ধ হৈ আছে। তেওঁলোক কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব এই প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাছিল নাছাৰ হাতত । নাছাৰ অহৰহ প্ৰচেষ্টাৰ অন্তত সকলো ঠিকে থাকিলে মাৰ্চ মাহত পৃথিৱীলৈ উভতি আহিব সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বুচ উইলম’ৰ।

মধ্য আমোৰিকাত ভয়ংকৰ দুৰ্ঘটনা

সোমবাৰে মধ্য আমেৰিকাৰ এখন অতি সৰু দেশ গুৱেটামালাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাছ দলঙৰ ১১৫ ফুট তলৰ খাৱৈত বাগৰি পৰে। এই মৰ্মান্তিক ঘটনাত ৫৫ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাটোৱে সমগ্ৰ দেশখনতেই শোকৰ ছাঁ পেলাইছে। দেশৰ

দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী

মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ

আমেৰিকাৰ পৰা বাহিৰ হ’ল প্ৰবাসী ভাৰতীয়, প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰীক জবাবদিহি কৰিলে বিৰোধীয়ে

শপত গ্ৰহণৰ পিছতেই অবৈধ অনুপ্ৰবেশকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । সেই অনুসৰিয়ে ১০৪ জন ভাৰতীয়ক আমেৰিকাৰ সামৰিক বিমান চি১৪৭ ৰে ভাৰতলৈ ঘূৰাই পঠায় ট্ৰাম্প প্ৰশাসনে । হাতত হেণ্ডকাফ আৰু

আজি বিশ্ব কৰ্কট ৰোগ দিৱস

বিশ্ব কৰ্কট দিৱস (World Cancer Day) প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। এই দিৱসটোৰ উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, আৰু সেই ৰোগৰ পৰা বাচিবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰৰ ওপৰত আলোকপাত কৰা। ১৯৩৩ চনত বিশ্ব স্বাস্থ্য

আজি সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী

আজি সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁৰ অৱদানক সন্মান জনোৱাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো প্ৰতি বছৰে ২৩ জানুৱাৰীত দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। সুভাষ চন্দ্ৰ বসু অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী,

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ড

১৯০ মিলিয়ন পাউণ্ডৰ আল কাদিৰ ট্ৰাষ্টৰ গোচৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ১৪ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে আদালতে । লগতে তেওঁৰ পত্নী বুছৰা বিবিক ৭ বছৰৰ কাৰাদণ্ড বিহা হৈছে। আল-কাদিৰ ইউনিভাৰ্চিটি প্ৰজেক্ট ট্ৰাষ্টৰ সৈতে

চৌদি আৰৱত বানৰ বিভীষিকা

ধাৰাষাৰ বৰষুণে কালৰূপ ধাৰণ কৰিছে চৌদি আৰৱত । সোমবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বহুকেইখন চহৰত বানৰ সৃষ্টি হৈছে । প্ৰচণ্ড বতাহ আৰু শিলাবৃষ্টিৰ লগতে হোৱা প্ৰচণ্ড বৰষুণে স্থানীয় বাসিন্দাৰ স্বাভাৱিক জীৱন যাপনত ব্যাঘাত জন্মাইছে । এই বৰষুণৰ