Browsing Tag

sports

IPL 2025ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া

চৌদি আৰৱৰ জেদ্দাহত নৱেম্বৰ ২৪ আৰু ২৫ তাৰিখে ২০২৫ চনৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ'ব । দ্বিতীয় বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আই পি এলৰ নিলাম অনুস্থান । ইয়াৰ পূৰ্বে ২০২৪ চনত ডুবাইত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম । অৱশ্যে

আজি কিং কোহলীৰ জন্মদিন

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি । ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট

“টি ২০ ক্ৰিকেট আৰু ভাৰত” ।

২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা County মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিলT-20 বিশ্বকাপৰ। ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে T-20 ক্ৰিকেটক স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০

বিশ্ব টি২০ ক্ৰিকেট আৰু ইয়াৰ ইতিহাস ।

২০০৭ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখটো ক্ৰিকেট জগতৰ এক গুৰুত্বপূৰ্ণ দিন । এই দিনটোতেইআইচিচিৰ বিশ্ব টি-২০ৰ জন্ম হৈছিল।বিশ্ব ক্ৰিকেটৰ এক নতুন যুগৰ আৰম্ভণি হৈছিল এই‌ দিনটোৰ পৰাই । টি-২০ৰ পূৰ্বে ক্ৰিকেট প্ৰধানকৈ টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ বাবে

আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস ।

"ক্ৰীড়াই এখন সমন্বয়মুখী আৰু সুস্থ সমাজ গঢ় দিয়ে ।" আজি ৩ ছেপ্টেম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস । অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী খেলুৱৈ, দৌৰবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় এই বিশেষ দিনটো । ক্ৰীড়াৰ ক্ষেত্ৰত অসম তথা ভাৰতলৈ

প্ৰথমটো ইতিবাচক খবৰ । পেৰিছ পেৰা অলিম্পিকত ভাৰতৰ পদকৰ তালিকাত সংযোজন পঞ্চমটো পদক

দেশৰ হৈ পদক অৰ্জন কৰিলে শ্বুটাৰ ৰুবিনা ফ্ৰান্সিছে । পেৰিছ পেৰা অলিম্পিকত এক ভাৰতীয় ইতিহাস ৰচনা কৰিলে ৰুবিনা ফ্ৰান্সিছে। শ্বুটিঙৰ এয়াৰ পিষ্টল ইভেণ্টত পেৰালিম্পিক পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছে ৰুবিনা। ক্ৰীড়া

পেৰা অলিম্পিকত ভাৰত! চমক সৃষ্টি কৰিছে ভাৰতীয় খেলুৱৈয়ে

২৮ আগষ্টৰ পৰা পেৰিছত আৰম্ভ হৈছে পেৰা অলিম্পিক। এইবাৰ পেৰা অলিম্পিকত ভাৰতৰ ৮৪জনীয়া এথলীটৰ দলে অংশগ্রহণ কৰিছে। পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পাছত প্ৰেমৰ চহৰ পেৰিছত চলি আছে পেৰা অলিম্পিক। ২২ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে বিশ্বৰ প্ৰায় ৪,৪০০