আজি ভাৰতৰ “ক’লা দিৱস”
আজি পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ষষ্ঠ বৰ্ষপূৰ্তি । ২০১৯ চনৰ আজিৰ দিনটোতে বিস্ফোৰক ভৰ্তি এখন গাড়ীয়ে চি আৰ পি এফৰ কনভয়ৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, তাৰ পিছতেই সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ । জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীয়ে পুলৱামাত সংঘটিত!-->…