কুম্ভ মেলাৰ দৰ্শনাৰ্থীৰ লগত পুনৰ পদপিষ্টৰ ঘটনা
আৰম্ভণিৰ দিনৰে পৰাই ব্যাপক চৰ্চাত লাভ কৰিছে প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহা কুম্ভ মেলাই । কেতিয়াবা যদি মেলা স্থলীৰ কোনো সাধু-সন্ন্যাসী আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, কেতিয়াবা আকৌ কোনো ৰাজনৈতিক নেতাৰ উপস্থিতিয়ে বিতৰ্কৰ সৃষ্টি কৰিছে ।!-->…