ৰেখা গুপ্তা হ’ব নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী
দিল্লী নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এঘাৰ দিন অতিক্ৰম কৰাৰ পাছত ঘোষণা কৰা হয় দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।যদিও পূৰ্বতে ঘোষণা কৰা হৈছিল যে,বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব কিন্তু মংগলবাৰলৈকে প্ৰকাশ!-->…