Browsing Tag

India

এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত জয়ী ভাৰতীয় দল

বুধবাৰে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল মেচত ভাৰতে ১-০ গ'লত পৰাস্ত কৰে প্ৰতিদ্বন্দী চীনক । বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈ দীপিকাই এটা গ'ল দি ভাৰতক

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

আজি ১৬ নৱেম্বৰ, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ ৰাষ্ট্ৰই আজি পালন কৰিছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সংবাদ মাধ্যমসমূহ এটি মুক্ত আৰু দায়িত্বশীল অনুষ্ঠান বুলি স্মৰণ কৰিবলৈ এই দিৱস পালন কৰা হয় । আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ

বক্স অফিচত Bhool Bhulaiya 3ৰ সাফল্য

ভূল ভুলাইয়া ৩ হৈছে চলিত বৰ্ষত নিৰ্মিত আনীছ বাজমীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখনি কমেডী হৰৰ ছবি । আকাশ কৌশিকৰ দ্বাৰা ৰচিত আৰু টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰ প্ৰযোজনাত নিৰ্মিত হৈছে এই ছবিখন। ভূল ভুলইয়া (২০০৭) আৰু ভূল ভুলীয়ায়া ২

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ । কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ

ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক

সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ

এমপক্স ভাইৰাছ কি?

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা এমপক্সক পূৰ্বে মাংকিপক্স বুলি কোৱা হৈছিল। এমপক্স ভাইৰাছ হৈছে এবিধ সংক্ৰামক ৰোগ। সাধাৰণতে এন্দুৰ, শহাপহু আদি এমপক্সত আক্ৰান্ত হোৱা দেখা গৈছিল প্ৰথম অৱস্থাত। পৰৱৰ্তী সময়ত এই ভাইৰাছ মানুহলৈ সংক্ৰমিত হয়। এমপক্স