Browsing Tag

Delhi

ৰেখা গুপ্তা হ’ব নতুন দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

দিল্লী নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ এঘাৰ দিন অতিক্ৰম কৰাৰ পাছত ঘোষণা কৰা হয় দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।যদিও পূৰ্বতে ঘোষণা কৰা হৈছিল যে,বৃহস্পতিবাৰে দিল্লীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব কিন্তু মংগলবাৰলৈকে প্ৰকাশ

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং ।

জল্পনা-কল্পনাৰ অন্ত! দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং । আতিশী বৰ্তমান দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী । সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী । পলকতে আতিশীৰ ৰাজনৈতিক কেৰিয়াৰৰ