Browsing Tag

d news

৮ মার্চত জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন

আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন। অহা ৮ মার্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ। এম ডি ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ

অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া বৰ্ণিল ইতিহাসৰ বৰ্ণাঢ্য উদযাপন

অসমৰ দৰে চহা আৰু জীপাল সংস্কৃতি বিশ্বৰ আন ক'তো বিচাৰি পোৱা নাযায়। হাজাৰ বছৰীয়া পৰম্পৰা, সংস্কৃতিৰ প্ৰতীক অসম হৈছে ভাৰতীয় সংস্কৃতিৰ বৰঘৰ। বৰলুইতৰ দৰে বিশাল সংস্কৃতিৰ ভৰাল, অসমৰ দৰে সভ্যতা, সংস্কৃতি, পৰম্পৰা সমগ্ৰ বিশ্বতেই বিৰল । এই

নাজিৰাত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালা ।

০৭/১৯/২০২৪:ব্ৰেইন এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত ব্ৰেইন এক্সিলেন্স প্ৰশিক্ষণ কৰ্মশালাব্ৰেইন।এক্সিলেন্স লেৱ নাজিৰা কেন্দ্ৰৰ উদ্যোগত নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত সাতদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ব্ৰেইন এক্সিলেন্স

গোৱালপাৰাত খাৰিফ শস্যৰ ডিজিটেল জৰীপৰ বাবে প্ৰস্তুতি

৭/১২/২০২৪: গোৱালপাৰা জিলাত হবলগীয়া ডিজিটেল শস্য জৰীপ,'' খাৰিফ -২০২৪" ৰ বাবে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা গৃহত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। গোৱালপাৰাৰ জিলা আয়ুক্ত শ্ৰী খনীন্দ্ৰ চৌধুৰী সভাপতিত্বত অনুষ্ঠিত সভাখনত খাৰিফ শস্যৰ ডিজিটেল জৰীপ