Browsing Category
politics
আমেৰিকাৰ পৰা বাহিৰ হ’ল প্ৰবাসী ভাৰতীয়, প্ৰতিবাদেৰে প্ৰধানমন্ত্ৰীক জবাবদিহি কৰিলে বিৰোধীয়ে
শপত গ্ৰহণৰ পিছতেই অবৈধ অনুপ্ৰবেশকাৰীক আমেৰিকাৰ পৰা খেদি পঠিওৱাৰ হুংকাৰ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে । সেই অনুসৰিয়ে ১০৪ জন ভাৰতীয়ক আমেৰিকাৰ সামৰিক বিমান চি১৪৭ ৰে ভাৰতলৈ ঘূৰাই পঠায় ট্ৰাম্প প্ৰশাসনে । হাতত হেণ্ডকাফ আৰু!-->!-->!-->…
আজি কলাগুৰুৰ জন্মবাৰ্ষিকী
আজি বিশিষ্ট কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, শিল্পী, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম বাৰ্ষিকী। অসমীয়া জাতিক সমৃদ্ধিশীল এক জাতি হিচাপে গঢ়ি তোলাৰ বাবে আপ্ৰাণ চেষ্টা কৰা বিষ্ণু ৰাভাৰ জন্মদিনটো সমগ্ৰ!-->…
সপ্তাহযোৰা কাৰ্যসূচীৰে বিদেশ ভ্ৰমণ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ
সাতদিনীয়া চৰকাৰী কাৰ্যসূচীৰে বিদেশ ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ফিলিপিনছৰ ৰাষ্ট্ৰপতি বংবং মাৰ্ক'ছক সাক্ষাৎ কৰে। এই সাক্ষাতকালত দুয়োগৰাকী নেতাই ভাৰত আৰু ফিলিপিনছৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কক!-->…
দেশৰ প্ৰথম ১০ জন ধনাঢ্য মুখ্যমন্ত্ৰী
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী, যাৰ সম্পত্তিৰ পৰিমাণ ৯৩১ কোটি টকাতকৈ অধিক। ইয়াৰ বিপৰীতে পশ্চিম বংগৰ মমতা বেনাৰ্জী সৰ্বনিম্ন ধনী, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫ লাখ টকা বুলি সোমবাৰে এছ’চিয়েশ্যন!-->…
দেৱেন্দ্ৰ ফাড়নাবিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
অপেক্ষাৰ অন্ত পেলাই ঘোষণা কৰা হ’ল মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম । দেৱেন্দ্ৰ ফাড়নাবিছেই হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । বিজেপিৰ বিধায়িনী দলৰ বৈঠকত গ্ৰহণ কৰা হয় সিদ্ধান্ত। ৫ ডিচেম্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব!-->…
কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা!-->…
কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুতৰ অভিযোগ
সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন । ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী সকলো । তাৰ মাজতেই কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, বিহালী বিধানসভা সমষ্টিত!-->…
তৃণমূল কংগ্ৰেছত যোগদান দুলু আহমেদৰ
অসম জাতীয় পৰিষদৰ প্ৰাক্তন উপ সভাপতি দুলু আহমেদে তৃণমূল কংগ্ৰেছত যোগদান কৰে । কলকতাৰ তৃণমূল ভৱনত অসমৰ ৰাজ্যিক প্ৰভাৰী মলয় ঘটক আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সোমবাৰে অসম তৃণমূল কংগ্ৰেছ দলত যোগদান দুলু আহমেদৰ।!-->…
ৰাজনৈতিক জীৱনৰ পৰা অৱসৰ ঘোষণা ফণীভূষণ চৌধুৰীৰ
অগপৰ প্ৰবীণ ৰাজনীতিক, বঙাইগাঁৱৰ অবিসম্বাদী ৰাজনৈতিক নেতা ফণীভূষণ চৌধুৰীৰ নাম অতীত হ'বলৈ আগবাঢ়িছে। ১৯৮৩ চনৰ পৰা একেৰাহে বঙাইগাঁৱৰ বিধায়ক হোৱাৰ এক সুকীয়া অভিলেখ আছে ফণীভূষণ চৌধুৰীৰ। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ পৰা!-->…
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং ।
জল্পনা-কল্পনাৰ অন্ত!
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হ’ব আতিশী মাৰ্লেনা সিং । আতিশী বৰ্তমান দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী । সুষমা স্বৰাজ আৰু শিলা দীক্ষিতৰ পাচত আতিশী হ’ব দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী । পলকতে আতিশীৰ ৰাজনৈতিক কেৰিয়াৰৰ!-->!-->!-->…