Browsing Category
politics
প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু
জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ…
ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা, বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে?
সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ । সাংবাদিকক আক্ৰমণ কৰাটো আজি কালি তেনেই সামান্য কথা হৈ পৰিছে । সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিবেশন কৰি আহিছো । কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী…
২০২৫ বৰ্ষৰ “ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ…
২০২৫ বৰ্ষৰ "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ৰ শুভ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । "ছিংগাপুৰ সামুদ্ৰিক সপ্তাহ"ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ল’বেল মেৰিটাইম লিডাৰ্ছৰ সৈতে…
সদনৰ মজিয়াত জেওৰা-জপনা, ৰূপজ্যোতি কুৰ্মীৰ অমাৰ্জিত আচৰণৰ বিৰোধিতা বিৰোধীৰ
২১ মার্চত অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ চতুৰ্দশ দিনটোত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত কৰা অভব্য আচৰণৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী । বিজেপি বিধায়কগৰাকীৰ এই অভব্য আচৰণক লৈ আজি বিৰোধীয়ে সদনৰ উত্তাল কৰি তোলে । নিৰাপত্তা বিচাৰি…
উত্তৰ পূৱৰ এগৰাকী কণমানিৰ প্ৰতিভাই মুহিলে অমিত শ্বাহক
শনিবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিছ একাডেমী উদ্বোধন কৰি পোনে পোনে মিজোৰামৰ আইজললৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আইজলত অনুষ্ঠিত Assam rifles ৰ কেম্প স্থানান্তৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। এই অনুষ্ঠানতে…
বিকাশ আৰু প্ৰগতিৰ লক্ষ্যৰে মিজোৰামলৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ
তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে উত্তৰ পূবলৈ আহিছে দেশৰ গৃহমন্ত্ৰীগৰাকী। উত্তৰ পূবৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্যে,কাৰ্যপন্থা হাতত লোৱাৰ লক্ষ্যৰে এই ভ্ৰমণ গৃহমন্ত্ৰীগৰাকীৰ। আজি দিনৰ ভাগত গৃহমন্ত্ৰীগৰাকীয়ে দেৰগাৱত উদ্বোধন কৰে লাচিত বৰফুকন পুলিচ…
নৰেন্দ্ৰ মোডীলৈ মৰিছাছৰ সৰ্বোচ্চ অসামৰিক সন্মান
মঙলবাৰে প’ৰ্ট লুইছৰ ষ্টেট হাউছত প্ৰধানমন্ত্ৰী মোদীয়ে মৰিছাছৰ ৰাষ্ট্ৰপতি ধৰমবীৰ গোখুল আৰু ফাৰ্ষ্ট লেডী বৃন্দা গোখুলক সাক্ষাৎ কৰে। প'ৰ্ট লুইছৰ ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি গোখুলে ।মৰিচাছৰ…
ঘোষণা হ’ল ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । এপ্ৰিলৰ ২ তাৰিখে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে ৪ এপ্ৰিলত ভোট গণনাৰ দিন ধাৰ্য কৰা হৈছে। ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিৰ ৬৩০টা…
এছ জয়শংকৰক আক্ৰমণৰ চেষ্টা খালিস্তানী প্ৰতিবাদকাৰীৰ
৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ আনুষ্ঠানিক বিদেশ ভ্ৰমণত ব্যস্ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ । ভাৰত আৰু ব্ৰিটেইনৰ কৌশলগত অংশীদাৰী শক্তিশালী কৰাৰ উদ্দেশ্যে বৰ্তমান ব্ৰিটেইনত উপস্থিত আছে মন্ত্ৰীগৰাকী । এই ভ্ৰমণৰ জৰিয়তে বাণিজ্য,…