Browsing Category
LIFESTYLE
চুলিৰ যতনত বনৌষধিৰ উপকাৰিতা
বনৌষধিসমূহ হ'ল প্ৰাকৃতিকভাৱে পুষ্টিকৰ, শক্তিশালী আৰু পুনৰুদ্ধাৰকাৰী গুণ থকা উপাদান । এই গুণসমূহৰ বাবে চুলিৰ যতন ল'বলৈ যুগ যুগ ধৰি বনৌষধি ব্যৱহাৰ কৰি থকা হৈছে। এই বনৌষধি সমূহৰ ব্যৱহাৰে আপোনাৰ চুলিকোচা মজবুত কৰি ৰাখে।
আমলাৰ উপকাৰিতা-…
জানো আহক ইলাচীৰ গুণাগুণৰ কথা
ইলাচীত প্রটিন কার্বহাইড্রেট, কলেষ্টেৰেল, কেলৰি, ফেটচ, ফাইবাৰ, ছডিয়াম, পটাছিয়াম, ক'পাৰ, আইৰণ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, জিংক, ভিটামিন এ, ভিটামিন ডি আদি থাকে। ইলাচীয়ে যিকোনো খাদ্য সুস্বাদু কৰি তোলে। অকল খাদ্য সুস্বাদু কৰাই নহয়, ইলাচীত…
শীতকালত আপোনাৰ ছালখনক সুৰক্ষিত কৰি ৰাখক
শীতকালে আপোনাৰ ছালখনক সমস্যাত পেলাব পাৰে, কিয়নো ঠাণ্ডা, শুকান বতাহৰ ফলত আপোনাৰ আপোনাৰ ছালৰ উজ্জলতা নোহোৱা হ'ব পাৰে আৰু আপোনাৰ ছালখন শুকান হৈও পৰিব পাৰে । ঠাণ্ডা দিনত আপোনাৰ ছালখন মসৃণ আৰু সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ কিছুমান টিপছ দিয়া…
আজি ষঠ পূজা
আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী…
আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা
ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই…
সেউজীয়া শাক-পাচলিৰ উপকাৰিতা
আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন?
আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে…
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ
পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য ।
২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ'ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ…
আজি কিং কোহলীৰ জন্মদিন
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি ।
ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট…
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ ।
বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম…
ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক
সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ…