Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
International
এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত জয়ী ভাৰতীয় দল
বুধবাৰে অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল মেচত ভাৰতে ১-০ গ'লত পৰাস্ত কৰে প্ৰতিদ্বন্দী চীনক । বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপৰ ফাইনেল খেলখনত ভাৰতীয় খেলুৱৈ দীপিকাই এটা গ'ল দি ভাৰতক!-->…
আজি বিশ্ব শিশু দিৱস
প্ৰতি বছৰে ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয় । এই দিনটোত প্ৰতিটো শিশুৰ শিক্ষা, সুৰক্ষা, স্বাস্থ্য, সমতা আৰু বিশ্বজুৰি শিশুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
শিশুসকলক লালন-পালন কৰা আৰু তেওঁলোকে লাভৱান!-->!-->!-->…
আজি মিকি মাউছ দিৱস
১৮ নৱেম্বৰত অৰ্থাৎ আজিৰ দিনটোতেই বিশ্বৰ আটাইতকৈ চিনাকি কাৰ্টুন চৰিত্ৰ মিকি মাউছৰ আত্মপ্ৰকাশ ঘটিছিল । ১৯২৮ চনৰ আজিৰ দিনটোতে মিকিয়ে প্ৰথমবাৰৰ বাবে এনিমেটেড চুটি ছবি ষ্টিমবোট উইলিত অভিনয় কৰে। ৱাল্ট ডিজনী আৰু উব আইৱেৰ্কছৰ দ্বাৰা নিৰ্মিত মিকি!-->…
সলনি হ’ল “লাপাটা লেডিজ”ৰ নাম
বক্স অফিচত সফল ন’হলেও মুক্তি লাভৰ পিছতেই অ’টিটিত বিশেষভাৱে জনপ্ৰিয় হৈছিল আমিৰ খানৰ প্ৰযোজনাত আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ‘লাপতা লেডিজ’ ছবিখনে । দৰ্শকৰ হৃদয় জয় কৰা ‘লাপতা লেডিজ’ ছবিখনে ভাৰতৰ পৰা অস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। এই!-->…
গাজাত পুনৰ ইজৰাইলী সেনাৰ আক্ৰমণ
গাজাত অব্যাহত আছে ইজৰাইলী সেনাৰ আক্ৰমণ । হাজাৰ স্কুল আৰু হাস্পতালত এইবাৰ আক্ৰমণ চলাইছে ইজৰাইলৰ সেনাই । এই আক্ৰমণত ৪৭জন লোকৰ মৃত্যু হোৱাৰ লগতেই বহু লোক আহত হৈছে । মধ্য গাজাত অৱস্থিত অল-আকাছা হাস্পতালৰ জৰুৰীকালীন বিভাগত ইজৰাইলী সেনাই বোমা!-->…
IPL 2025ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া
চৌদি আৰৱৰ জেদ্দাহত নৱেম্বৰ ২৪ আৰু ২৫ তাৰিখে ২০২৫ চনৰ আই পি এলৰ নিলাম অনুষ্ঠিত হ'ব । দ্বিতীয় বাৰৰ বাবে দেশৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আই পি এলৰ নিলাম অনুস্থান । ইয়াৰ পূৰ্বে ২০২৪ চনত ডুবাইত অনুষ্ঠিত হৈছিল আই পি এলৰ নিলাম । অৱশ্যে!-->!-->!-->…
বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল
বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ।
কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ!-->!-->!-->…
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোঁৱাই
ঘোষণা কৰা হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল ড'নাল্ড ট্ৰাম্প । ট্ৰাম্প হ'ব আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি । তাৰ মাজতেই বিশেষভাৱে চৰ্চিত হৈছে এগৰাকী ভাৰতীয় মহিলা । অৱশ্যে তেওঁ নহয়!-->…
বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু
মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে ।
১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা!-->!-->!-->…
কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা!-->…