Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
ENTERTAINMENT
সলনি হ’ল “লাপাটা লেডিজ”ৰ নাম
বক্স অফিচত সফল ন’হলেও মুক্তি লাভৰ পিছতেই অ’টিটিত বিশেষভাৱে জনপ্ৰিয় হৈছিল আমিৰ খানৰ প্ৰযোজনাত আৰু কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ‘লাপতা লেডিজ’ ছবিখনে । দৰ্শকৰ হৃদয় জয় কৰা ‘লাপতা লেডিজ’ ছবিখনে ভাৰতৰ পৰা অস্কাৰৰ বাবে নিৰ্বাচিত হৈছে। এই!-->…
বক্স অফিচত Bhool Bhulaiya 3ৰ সাফল্য
ভূল ভুলাইয়া ৩ হৈছে চলিত বৰ্ষত নিৰ্মিত আনীছ বাজমীৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ এখনি কমেডী হৰৰ ছবি । আকাশ কৌশিকৰ দ্বাৰা ৰচিত আৰু টি-ছিৰিজ ফিল্মছ আৰু চিনে১ ষ্টুডিঅ'ৰ প্ৰযোজনাত নিৰ্মিত হৈছে এই ছবিখন। ভূল ভুলইয়া (২০০৭) আৰু ভূল ভুলীয়ায়া ২!-->…
আজি কিং কোহলীৰ জন্মদিন
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ আজি জন্মদিন। তাৰকা ক্ৰিকেটাৰজনে আজি তেওঁৰ জীৱনৰ ৩৬ টা বছৰ পূৰ্ণ কৰিলে। ক্ৰিকেটৰ ২২ গজ দূৰত্বৰ মাজত কাহানিও হাৰ মানিব নোখোজা যোদ্ধাজনৰ জন্মদিন আজি ।
ডেৰ দশকৰো অধিক সময় ধৰি বিৰাট!-->!-->!-->…
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু ৪০ হাজাৰ বড়ো শিল্পী
বিশ্ব ৰেকৰ্ডৰ বাবে সাজু বড়ো শিল্পীসকল । ৪০ হাজাৰ শিল্পীয়ে একেলগে নাচিব বাগুৰুম্বা । বাথৌ মহাসভাই অসমৰ বাগৰুম্বা নৃত্যক লৈ যাব বিশ্ব দৰবাৰলৈ ।
বিহুৰ পিছত এইবাৰ আন এক অভিলেখ গঢ়িবলৈ সাজু হৈছে অসম ৷ এইবাৰ বিশ্ব দৰবাৰত জিলিকিব অসমৰ অন্যতম!-->!-->!-->…
আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন
আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ!-->…
আজি ধনতেৰচ ।
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচ পালন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপাসনা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ!-->…
আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।
মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী।
১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ!-->!-->!-->…
দুৰ্গা পূজা উপলক্ষে গুৱাহাটী পৌৰনিগমৰ স্বচ্ছ প্ৰতিযোগিতা
সমাগত শাৰদীয় দুৰ্গা পূজা । দুৰ্গা পূজাকলৈ গুৱাহাটী পৌৰনিগমে আয়োজন কৰিছে স্বচ্ছ প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজা সমিতিয়ে কৰিব লাগিব আৱেদন। এই প্ৰতিযোগিতাত ১৭৫ খন দূৰ্গা পূজা সমিতিক প্ৰদান কৰা হ’ব পুৰষ্কাৰ ।
প্ৰতিযোগিতাত!-->!-->!-->…
ফটোৱে কথা কয় ।ফটোৱে ধৰি ৰাখে সময়;ফটোৱে সৃষ্টি কৰে ইতিহাস ।
আজি বিশ্ব ফটোগ্ৰাফী দিৱস। ফটোৰ গুৰুত্ব সকলোৰে জীৱনত অতি বিশেষ । কাৰণ ফটোগ্ৰাফেই হৈছে সেই মাধ্যম যাৰ জৰিয়তে আমি আমাৰ ইতিহাসত উকি মাৰিব পাৰো । দৃশ্যমান কলা হিচাপে আলোকচিত্ৰ বা ফটোৰ যুগান্তকাৰী ভূমিকাৰ কথা সৰ্বজনবিদিত।ডিজিটেল যুগতো ফটোৰ!-->…