Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
culture
বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান
যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে!-->…
দীপান্বিতাত ৰাম জন্মভূমি অযোধ্যাত দুটাকৈ গীনিজ ৱ’ৰ্ল্ড ৰেকৰ্ড
সমগ্ৰ দেশতে দীপাৱলীৰ উছাহ । অযোধ্যাত আৰম্ভ হৈছে পোহৰৰ উৎসৱ। এইবাৰ উদযাপন কৰা দীপাৱলী উপলক্ষে আটাইতকৈ ডাঙৰ হৈছে অযোধ্যাৰ দীপাৱলী। জানুৱাৰী মাহত ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে অযোধ্যাত উদযাপন কৰা হৈছে!-->…
আজি পোহৰৰ উৎসৱ দীপাৱলী
আজি পোহৰৰ উৎসৱ দীপান্বিতা। দেশজুৰি পালন কৰা উৎসৱসমূহৰ ভিতৰত অন্যতম দীপাৱলীৰ আছে এক সুকীয়া মাদকতা।পোহৰৰ উৎসৱ দীপাৱলি মানেই যেন আনন্দৰ উৎসৱ। সন্ধিয়ালৈ ঘৰে ঘৰে সকলোৱে বন্তি প্ৰজ্বলন কৰিব।ফটকা,আটচবাজী শব্দৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ আকাশ!-->…
আজি ধনতেৰচ ।
প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচ পালন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে উপাসনা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ!-->…
শিল্পী নীলপৱন বৰুৱালৈ তেখেতৰ মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি
আজন্ম প্ৰেমিক শিল্পী নীলপৱন বৰুৱা । ৰং-তুলিকাৰ যাদুকৰী সম্ৰাট নীলপৱন বৰুৱা । আজি তেখেতৰ মৃত্যু তিথি ।
কেনভাচ উকা হ'লেও অমৰ হৈ ৰ'ল প্ৰেম কাহিনী। যি ভালপোৱা নীলপৱন বৰুৱাই জানিছিল,সেই ভালপোৱা 'তোমাক ভালপাওঁ' বুলি কোৱা বেছিভাগেই নাজানে।!-->!-->!-->…
সকলোকে বিস্ময়েৰে বিস্মিত কৰি অজান দেশলৈ গতি কৰিলে শশী ফুকনে
আপোনালোকৰ 'বিস্ময়' নামৰ আলোচনীখন মনত আছেনে বাৰু! আজিৰ চ'চিয়েল মিডিয়া, ইউটিউব, টিভি সকলো এটা সময়ত আমি বিস্ময় আলোচনীৰ মাজতে পাইছিলো।চাচপেঞ্ছ, ক্রীড়া, বলিউদ, হলিউদ সকলো ক্ষেত্রতে আমাক ল'ৰালি কালতে চিনাকি কৰি দিয়া বিস্ময় আলোচনীৰ!-->…
আজি কাতি বিহু।
আজি সমূহ ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ ভিতৰত অন্যতম হ’ল কাতি বিহু । আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় এই বিহু । কাতি বিহুক লৈ আজি ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া । কঙালে গ্ৰাস কৰা এই সময়ছোৱাতে!-->!-->!-->…
আজি ধনৰ অধিষ্ঠাত্ৰীৰ পূজা ।
আজি লক্ষ্মী পূজা।
ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী মা লক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত ৰাজ্যৰ আকাশ-বতাহ। সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। অনাগত দিনবোয় ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই!-->!-->!-->…
আজি অসমীয়া ব্যংগ-সাহিত্যৰ জনক লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন ।
মহৎ সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়োৱা, বহুমুখী প্ৰতিভাৰে সবল ব্যক্তিত্বৰ অধিকাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি জন্ম বাৰ্ষিকী।
১৮৬৪, ১৪ অক্টোবৰ তাৰিখে মৰিগাঁও জিলাৰ আঁহতগুৰিত জন্মলাভ কৰে লক্ষ্মীনাথ!-->!-->!-->…
আজি মহাঅষ্টমী, মাংগলিক ধ্বনিৰে মুখৰিত চৌদিশ
ৰাতিপুৱাৰে পৰা প্ৰতিটো পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ। মা দুৰ্গাৰ আশিষ বিচাৰি ভক্তই ভিৰ কৰিছে। দেৱী বন্দনাৰে মুখৰিত পূজা মণ্ডপসমূহ। দুৰ্গতিনাশিনী দেৱী দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ লগে লগে উখল-মাখল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত। !-->!-->!-->…