Browsing Category

civilians

BSFৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস

যোধপুৰত BSFৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস, পেৰেডত অংশগ্ৰহণ অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ যোধপুৰত বি এছ এফৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি জাতিৰ সেৱাত প্ৰাণ হেৰুৱা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানক

আজি ষঠ পূজা

আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী

বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু

মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে । ১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী । তেওঁ আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৩ টা বছৰ সম্পূৰ্ণ হ’ল। অসম আৰু অসমীয়াই ১৩ বছৰ পাৰ কৰিলে প্ৰিয় শিল্পীজনৰ অবিহনে । দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন

ঘৰতেই কেনেকৈ সহজে থেকুৱা বনাব পাৰি জানো আঁহক

সমাগত ষঠ পূজা । চলিত বৰ্ষৰ ৭ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ষঠ পূজাৰ পৰ্ব । ষঠ পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ মাজত পালন কৰে। অৱশ্যে আজি কালি আন সম্প্ৰদায়ৰ মাজতো এই পূজাৰ প্ৰচলন দেখিবলৈ পোৱা যায় । এই পূজা উপলক্ষে ভিন ভিন খাদ্য সম্ভাৰ

আজি কিং খান, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জন্মদিন

আজি বলিউডৰ কিং খান তথা ৰোমাঞ্চৰ ৰজা শ্বাহৰুখ খানৰ জন্মদিন । ৫৯ বছৰত ভৰি থলে শ্বাহৰুখ খানে । একে সময়তে প্ৰতি বছৰৰ দৰে এইবাৰো শ্বাহৰুখ খানৰ ঘৰ মান্নাতৰ বাহিৰত বৃহৎ সংখ্যক অনুৰাগী দেখা গ’ল। সকলো অনুৰাগীয়ে নিজৰ প্ৰিয় অভিনেতাৰ আভাস পাবলৈ

বিশিষ্ট অভিনেতা-পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য্যৰ দেহাৱসান

যুঁজি যুঁজি অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে যশস্বী পৰিচালক তথা অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যই । কিছুদিন পূৰ্বে অসুস্থ হৈ গুৱাহাটীৰ দিশপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছিল বিশিষ্ট পৰিচালক গৰাকী । অৱশেষত ৯১ বছৰ বয়সত জীৱন নাট সামৰিলে

আজি অৰণ্য মানৱ যাদৱ পায়েঙৰ জন্মদিন

যাদৱ পায়েং এগৰাকী প্ৰকৃতিপ্ৰেমী লোক তথা পৰিবেশ কৰ্মী। মলাই তেখেতৰ উপনাম। ১৯৫৯ চনৰ ৩১ অক্টোৱৰ তাৰিখে যাদৱ পায়েঙে জন্মলাভ কৰিছিল । সেইসূত্ৰে আজি তেওঁৰ ৬৫ সংখ্যক জন্মদিন । তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ

অভিশপ্ত ৩০ অক্টোবৰৰ ১৬ বছৰ

২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই সম্পূৰ্ণ কৰিলে প্ৰায় দুটা দশক। শিশুকে ধৰি ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল ৪৭০ জন লোক। এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও কন্দুৱাই ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী

গ্ৰেপ্তাৰ হ’ল ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰৱঞ্চক দীপাংকৰ

অৱশেষত দেওবাৰে এক সফল অভিযানৰ অন্তত গোৱাৰ পৰা দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এচিপি অমিত মাহাতোৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দলে গোৱাত আত্মগোপন কৰি থকা দীপাংকৰক গ্ৰেপ্তাৰ কৰে। অভিযান কালত আৰক্ষীৰ দলটোৱে দীপাংকৰ লুকাই থকা গোৱাৰ