দেশদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ অভিনেত্ৰী
মহম্মদ ইউনুছৰ নেতৃত্বত থকা অন্তৱৰ্তীকালীন চৰকাৰক সমালোচনা কৰাৰ বাবে বাংলাদেশ আৰক্ষীয়ে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী মেহেৰ আফ্ৰজ শাওনক। গ্ৰেপ্তাৰৰ পূৰ্বে জামালপুৰ সদৰ উপজিলাৰ নোৰুণ্ডী ৰেল ষ্টেচনৰ সমীপৰ তেওঁৰ পৰিয়ালৰ ঘৰ!-->!-->!-->…