GMCHৰ কেঞ্চাৰ হাস্পাতালত মুকলি হ’ল ৰ’বটিক ছাৰ্জাৰী সেৱা

বহাগ বিহুৰ প্ৰাকক্ষণত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্য খণ্ডত ইতিহাস সৃষ্টি কৰি আজিৰে পৰা গুৱাহাটী মেডিকেল কলেজ হাস্পাতালৰ কেঞ্চাৰ বিভাগত প্ৰৱৰ্তন কৰা হৈছে অত্যাধুনিক অংক'-ৰবটিক অস্ত্ৰোপ্ৰচাৰৰ সুবিধা । এই অত্যাধুনিক সেৱা মুকলি কৰে ৰাজ্যৰ

ভাৰতৰে বিদেশলৈ বাংলাদেশী সামগ্ৰী ৰপ্তানিত বাধা, বিপদত বাংলাদেশ

যি সময়ত বাংলাদেশৰ ওপৰত ট্রাম্প প্রশাসনে ৩৭ শতাংশ শুল্ক আৰোপ কৰি দেশখনৰ অৰ্থনীতি কোঙা কৰি পেলাইছে, সেই সময়তে ভাৰতৰ কঠোৰ সিদ্ধান্তই আৰু অধিক কোঙা কৰি পেলাইছে বাংলাদেশক।বাংলাদেশৰ অন্তৰ্ৱতীকালিন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণত

দেশৰ মূল ভূখণ্ডৰে বিচ্ছিন্ন হোৱাৰ আশংকা উত্তৰ-পূৱ ভাৰতৰ

বাংলাদেশৰ লালমণিৰহাট জিলাত চীনৰ বিমানবন্দৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথা বিয়পি পৰাৰ লগতেই চিকেনছ নেক এলেকাকে ধৰি ইয়াৰ পূব সীমান্তৰ বাবে নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হৈছে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে চীন ভ্ৰমণৰ

আজি বিশ্ব স্বাস্থ্য দিৱস

কোনো জীৱৰ সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতাই হৈছে স্বাস্থ্য। স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা । জাতি, ধৰ্ম, ৰাজনৈতিক বিশ্বাস,

আজি পৱিত্ৰ ৰাম নৱমী, দেশী-বিদেশী ভক্তৰ ভিৰ ৰামনগৰীত

আজি পৱিত্ৰ ৰাম নৱমী। আজি সমগ্ৰ দেশতে ৰাম নৱমীৰ উৎসৱ অতি উৎসাহেৰে উদযাপন কৰা হৈছে। শ্ৰীৰামৰ জন্ম বাৰ্ষিকীৰ আনন্দত ডুব গৈছে ৰামনগৰী অযোধ্যাও।ৰামনৱমীৰ দিনটোতেই তামিলনাডুত প্ৰধানমন্ত্ৰী মোডী । শ্ৰীলংকা ভ্ৰমণৰ পৰা উভতি আজি প্ৰধানমন্ত্ৰী

পুনৰ IPLত অভিলেখ হাৰ্ডিক পাণ্ডিয়াৰ

চলিত আই পি এলত আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই মুম্বাই ইণ্ডিয়ানছৰ দলটো । বৰ্তমানলৈ ৪খন মেচ খেলি দলটোৱে মাথোঁ এখন মেচত হে জয়লাভ কৰিবলৈ সক্ষম হৈছে । লগতে সময়ে সময়ে সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে দলটো । কিয়নো গুজৰাট টাইটানছৰ

সংশোধনীৰ পিছত কি কি সাল-সলনি হ’ল ৱাকফ বিলত?

১. যিসকলে ধৰ্ম সলনি কৰি ইছলাম ধৰ্মক কিছুদিন আগতহে গ্ৰহণ কৰিছে, আৰু যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰা ৫বছৰো হোৱা নাই তেনে ন মুছলমান সকলে ৱাকফ ব'ৰ্ডক নিজৰ সম্পত্তি এতিয়া দান দিব নোৱাৰিব । ২. কোনো ব্যক্তিয়ে সেই মাটিহে দান কৰিব পাৰিব, যিখিনি

মহাকাশচাৰী সুনীতাৰ মুখত ভাৰতৰ গুণ-গৰিমা

চন ১৯৮৪ । ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ সৈতে ছেটেলাইটযোগে হোৱা এক কথোপকথনৰ ভিডিঅ' এইয়া । সেই সময়ত মহাকাশত প্ৰদক্ষিণ কৰি থকা মহাকাশচাৰী গৰাকীক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল মহাকাশৰ পৰা ভাৰত কেনে দেখে?

চেন্নাইৰ বিৰুদ্ধে ছিজনৰ প্ৰথমটো জয়ৰ সোৱাদ ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মাজত IPLৰ মহাৰণ অনুষ্ঠিত হয় । দুখনকৈ মেচত মুখ থেকেচা খোৱাৰ পিছত গৃহ ভূমিত জয়ৰ সোৱাদ লাভ কৰিলে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে । অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত

প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ দুহিতা উপাসা ফুকনৰ আকস্মিক মৃত্যু

জালুকবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ দুহিতা উপাসনা ফুকনৰ আজি আকস্মিক দুৰ্ঘটনাত মৃত্যু হয়। ঘৰৰ চাদৰ পৰা পৰি ৰাতিপুৱা ৭'৫৫ মিনিটত মৃত্যু হয় উপাসাৰ।কিন্তু উপাসাৰ মৃত্যুৰ পাছত ক'ৰবাত যেন কিছু ৰহস্য ৰৈ