মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ সংক্ষিপ্ত জীৱনী

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ আজি শপত গ্ৰহণ কৰে সঞ্জীৱ খান্নাই । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় এই শপত গ্ৰহণ অনুষ্ঠান । ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে সঞ্জীৱ খান্নাক শপত বাক্য পাঠ কৰোৱায় । আচলতে এই কোন হয় এই সঞ্জীৱ খান্না ? সংক্ষিপ্তে

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল

বিপদত ভাৰতীয় শিক্ষাৰ্থীসকল । স্বপ্নভংগ হ’ব ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ । কানাডা চৰকাৰে বন্ধ কৰে ষ্টুডেণ্ট ডাইৰেক্ট ষ্ট্ৰিম আঁচনিৰ । ভাৰত আৰু চীনকে ধৰি ১৪খন দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভিছা আবেদন প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ২০১৮ চনত কানাডাৰ

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হ’ব ভাৰতৰ জোঁৱাই

ঘোষণা কৰা হ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল । দ্বিতীয় বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল ড'নাল্ড ট্ৰাম্প । ট্ৰাম্প হ'ব আমেৰিকাৰ ৪৭তম ৰাষ্ট্ৰপতি । তাৰ মাজতেই বিশেষভাৱে চৰ্চিত হৈছে এগৰাকী ভাৰতীয় মহিলা । অৱশ্যে তেওঁ নহয়

আজি ষঠ পূজা

আজি ষঠ পূজা । আজি সূৰ্য আৰাধনাৰ দিন । পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, সূৰ্য প্ৰাৰ্থনা, উদিত আৰু অস্তগামী সূৰুযক উদ্দেশ্যি অৰ্ঘ্য প্ৰদান আদি ৰীতিৰে প্ৰতি বছৰৰ দৰে এই পূজা সমগ্ৰ দেশতেই উলহ-মালহেৰে উদযাপন কৰা হৈছে । কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী

আজিৰ পৰা ৰাজ্যত মাতৃ-পিতৃ বন্দনা

ব্যস্ততাপূর্ণ জীৱনশৈলীৰ মাজতো মাতৃ-পিতৃৰ প্ৰতি আত্মীয়তা অটুট ৰখাৰ এক আত্মিক পদক্ষেপ। এই অনুসৰি অসম চৰকাৰে চৰকাৰী বিষয়া-কৰ্মচাৰীক পিতৃ-মাতৃ/শাহু-শহুৰৰ সৈতে সময় অতিবাহিত কৰাৰ সুবিধা প্ৰদানেৰে বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰি আহিছে। এই

বিশ্বৰ প্ৰথমগৰাকী মিছ ৱৰ্ল্ডৰ মৃত্যু

মিছ ৱৰ্ল্ড সৌন্দৰ্য্য প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী কিকি হাকানছনৰ ৪ নৱেম্বৰত ৯৫ বছৰ বয়সত মৃত্যু হয়।তেওঁৰ কেলিফৰ্ণিয়াৰ নিজৰ বাসগৃহত শোৱাপাটীতেই মৃত্যুবৰণ কৰে । ১৯২৯ চনৰ ১৭ জুনত ছুইডেনত জন্মগ্ৰহণ কৰিছিল কেৰ্ষ্টিন "কিকি" মাৰ্গাৰেটা

কমলা হেৰিছৰ বাবে তামিলনাডুত পূজা-অৰ্চনা

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন ৫ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। এইবাৰৰ নির্বাচনত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতীয় মূলৰ কমলা হেৰিছে বিৰোধী প্রার্থী তথা প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক তীব্ৰ প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। উক্ত নিৰ্বাচনত কমলা

কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাৰ গুৰুতৰ অভিযোগ

সমাগত ৰাজ্যৰ উপ-নিৰ্বাচন । ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনী প্ৰচাৰত ব্যস্ত শাসক-বিৰোধী সকলো । তাৰ মাজতেই কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পিযুষ হাজৰিকাই উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ । অভিযোগ অনুসৰি, বিহালী বিধানসভা সমষ্টিত

সেউজীয়া শাক-পাচলিৰ উপকাৰিতা

আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন? আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে

পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ

পুনৰ বিতৰ্কৰ আৱৰ্তত ইমানে খালিফ, আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিলে খেলুৱৈ গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক তথ্য । ২০২৪ৰ পেৰিছ অলিম্পিকৰ সময়ছোৱাত সৰ্বত্ৰ চৰ্চাত থকা এটি নাম হ'ল ইমানে খালিফ । ইমানে অলিম্পিকত খেলিবলৈ যোগ্যতা লাভ কৰাৰ