২৪-২৫ বৰ্ষত ১লাখ ১৬ৰ গৃহৰ ভিতৰত ১লাখ ১০হাজাৰ ঘৰৰ পৰা কৰ সংগ্ৰহ কৰে গুৱাহাটী পৌৰ নিগমে । ১৩০ কোটিৰ লক্ষ্যৰ ভিতৰ ৮০-৮৫কোটি টকা সংগ্ৰহ কৰ। ঘৰৰ লগতে দোকানসমূহৰ পৰা ২৭কোটি টকা সংগ্ৰহ হয়। এতিয়াও প্ৰায় ২৫ হাজাৰে ট্ৰেড প্ৰত্ৰ লোৱা নাাই পৌৰ নিগমৰ পৰা। সংবাদ মেলৰ জৰিয়তে যি সকলে এতিয়ালৈকে কৰ দিয়া নাই সেই সকলে মাৰ্চ মাহৰ ভিতৰত দিবলৈ আহ্বান। নহ’লে বিশেষ ব্যৱস্থা গ্ৰহন কৰিব গুৱাহাটী পৌৰ নিগমে অৰ্থাৎ GMC য়ে! । আনহাতে ২০২৫-২৬ বৰ্ষৰ কৰ এপ্ৰিল মাহৰ ভিতৰত পৰিশোধ কৰিলে ১০% আৰু মেত পৰিশোধ কৰিলে ৫% ৰেহাই দিয়া হ’ব বুলি উল্লেখ কৰে। লগতে কৰ নিদিয়া সকলক ২০% লৈ জৰিমনা বৃদ্ধি কৰা হব। এতিয়ালৈকে গুৱাহাটী পৌৰ নিগমে ১৩৫ কোটি টকা বিভিন্ন দিশৰ পৰা কৰ সংগ্ৰহ কৰে।এতিয়ালৈকে কৰ পৰিশোধ নকৰা প্ৰতিজনকে অতিশীঘ্ৰে পৰিশোধৰ কৰিবলৈ আহ্বান জনায়। যি সকলৰ ট্ৰেড পত্ৰ নাই সেই সকলৰ বিৰুদ্ধে জুনৰ পৰা ব্যৱস্থা লোৱা হ’ব ।